Robber injured as police opens fire in Guwahati:মহানগৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক

নিউজ ডেস্ক,৪ডিচেম্বৰ : মহানগৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক।
আৰক্ষীৰ গুলীত আহত ডকাইত ৰণেশ দৈমাৰী।
বৰ্তমান GMCHত চিকিৎসাধীন ৰণেশ দৈমাৰী(Robber injured as police opens fire in Guwahati)।
নিশা গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে পলাবলৈ চেষ্টা কৰিছিল ৰমেশে।
ড্ৰাগছ আসক্ত ৰমেশ দৈমাৰী বহুবাৰ হৈছিল গ্ৰেপ্তাৰ।
ডিঙিত ডেগাৰ লগাই চেইন-বেগ কাঢ়ি নিয়ে ৰমেশে।