Local, Vocal, Global

জন্ম হ’ব আন এটা নতুন ৰাজনৈতিক দল

  • বীৰ লাচিত সেনাৰ ঔৰসত জন্ম লাভ কৰিব আন এটা নতুন ৰাজনৈতিক দল
  • ১০ দিনৰ ভিতৰত ঘোষণা কৰিব নতুন ৰাজনৈতিক দল নাম
  • আঞ্চলিক গণ মৰ্চা সহিতে আছু ,কৃষক মুক্তিৰ লগত আলোচনা কৰি ঐক্যবদ্ধ হোৱাৰ আলোচনা
  • উজনি অসমৰ সৰহসংখ্যক আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে
  • বুদ্ধিজীৱীক লৈ ৰাজনৈতিক দল গঠনৰ সম্পর্কতো আলোচনা নতুন দলটোৱে