Local, Vocal, Global

Watch | Kolibor panchyat election: কলিয়াবৰত বিনা প্ৰতিদ্বন্দিতাৰে বিজয় সাব্যস্ত বিজেপি আৰু অগপ দলৰ দুগৰাকী জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থীৰ

কলিয়াবৰ: দ্বাৰ বাগৰি জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জিতেন গৌড় আৰু চতিয়াল- পুবথৰিয়া জিলা পৰিষদৰ প্ৰাৰ্থী পূণ্য লতা বৰুৱাৰ বিজয় সাব্যস্ত।দুয়োটা জিলা পৰিষদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী ঘোষণা জিতেন গৌড় আৰু পূণ্য লতা বৰুৱাক।