Local, Vocal, Global

Watch | Koliabor news: জখলাবন্ধাৰ গৰুবন্ধা গাঁৱৰ ৰিংকী দেহে গাঁওখনৰ এক পৰিৱৰ্তন আনিবলৈ প্ৰথমে স্বচ্ছতাৰ পৰা আৰম্ভ কৰিছে ৰাজনীতিৰ যাত্ৰা

কলিয়াবৰ : আজি জখলাবন্ধা গাঁও পঞ্চয়ত ৰ অন্তৰ্গত গৰুবন্ধা গাঁৱৰ শ্ৰী ৰিংকী দেহ গাঁওখনৰ এক পৰিৱৰ্তন আনিবলৈ প্ৰথমে স্বচ্ছতাৰ পৰা আৰম্ভ কৰিছে। এই স্বচ্ছতাই তেওঁৰ জীৱন আৰু আগুৱাই যাব বুলি তেওঁ প্ৰকাশ কৰিছে। তেওঁৰ সফলতাই আনকো অনুপ্ৰাণিত কৰিব আৰু তেওঁৰ প্ৰচেষ্টা ত আগুৱাই যোৱাত সহায় কৰিব। ৰিংকী দেহ নিজৰ ৱাৰ্ডৰ পৰা প্ৰথম বাৰ বিজয় অৰ্জন কৰে।

তেওঁ নিজৰ গৰু বন্ধা পৰা স্বচ্ছতা পৰা তেওঁ নিজৰ কৰ্ম ৰ আৰম্ভণি কৰে। জখলাবন্ধা সকলো সমস্যা তেওঁ দূৰ কৰিব বুলি সংবাদ মাধ্যম জৰিয়তে তেওঁ প্ৰকাশ কৰিছে। এক বছৰ কাল ধৰি ক্লিন জখলাবন্ধা ,গ্ৰীণ জখলাবন্ধা বন্ধ হৈ আছিল কিন্তু কিছুদিনৰ পৰা জখলাবন্ধা বহুতো অপৰিষ্কাৰ হৈ পৰিছে গৰুবন্ধাৰ অহা যোৱা পথটো। গতিকে ৰিংকী দেহ পৰিষ্কাৰ কৰিবৰ বাবে নিজৰ প্ৰচেষ্টাত আগুৱাই যায়।

লগতে পঢ়ক: Watch | President of the All India Congress Committee Mallikarjun Kharge and the Leader of the Oppositi : আজি অসমত আহি উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জু আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী