খোলবাদকৰ অপকৰ্ম, নিশা প্ৰস্ৰাৱ কৰিবলৈ যোৱা নাবালিকাক ধৰ্ষণ

খোলবাদকৰ নিকৃষ্ট কাণ্ডত তীব্ৰ চাঞ্চল্য কোকৰাঝাৰত
নাম-কীৰ্তন চলি থকাৰ সময়তে কোকৰাঝাৰত নাবালিকাক ধৰ্ষণ
ধৰ্ষণকাৰী ধনঞ্জয় দাসক গ্ৰেপ্তাৰ কোকৰাঝাৰ আৰক্ষীৰ
কোকৰাঝাৰ জিলাৰ তিতাগুৰী বৰ্মনপাৰাৰত ঘৰ ধনঞ্জয় দাসৰ
নাম-কীৰ্তনৰ চলি থকাৰ মাজতে সংঘটিত অপকৰ্ম
নাবালিকাই প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত এই কাণ্ড
নিশা মুখত সোপা দি বাহনিত নাবালিকাক ধৰ্ষণ
নাম-কীৰ্তনৰ খোল বাদক আছিল ধনঞ্জয় দাস
কোকৰাঝাৰ আৰক্ষী থানাত গোচৰ ৰজু
৫০৩/২০২/পকছো আইনৰ ধাৰা ৬ আৰু আইপিচি ৩৭(৩)ৰ অধীনত ৰজু গোচৰ
নাৱালিকাগৰাকীৰ মাতৃহাৰা, পিতৃ পক্ষাঘাত ৰোগত আক্ৰান্ত
পিতৃ থাকে হাৰমতিত
দদায়েকৰ ঘৰত পালিত কন্যা হিচাপে আছিল