Local, Vocal, Global

কোৱাৰেন্টাইনত থকা কয়দীৰ পলায়ন

71

কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা পলায়ন ৩ কয়দীৰ।

পলায়ন ফৈজুৰ ৰহমান, মোস্তাক আহমেদ, ওয়াহিদ আলীয়ে৷

কাৰাগাৰৰ ভিতৰতে কোৱাৰেন্টাইনত আছিল কয়দীকেইজন ।

add3

শুকুৰবাৰে নিশা জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল কয়দীকেইজনে