Website Design: dastechnologies.in
- নগাঁও-কাৰ্বি আংলং সীমান্তৰ ৰংবংৱে আৰক্ষীৰ বৃহৎ সফলতা
- মাৰণাস্ত্ৰসহ আটক ৮ টাকৈ দুধৰ্ষ চোৰাং চিকাৰী
- কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল এই চোৰাং চিকাৰী কেইটাই
- ৰংবংৱে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰিবলৈ সক্ষম ৮ টাকৈ চোৰাং চিকাৰী
- আৰক্ষীয়ে চোৰাং চিকাৰী কেইটাৰ জিন্মাৰ পৰা উদ্ধাৰ কৰে চাৰিটা মাৰণাস্ত্ৰৰ লগতে ১২ টা সক্ৰিয় গুলী
- আটকাধীন চোৰাং চিকাৰী কেইটা ক্ৰমে – হাৰমতিৰ আব্দুল খালেক , ২ নং বৰঘূলীৰ ইপ্তাৰোল ইছলাম , ৰংবংৱে থানাৰ এলেকাধীন জেৰচং টেৰং ,কৃষ্ণ ভূমিজ ,অমৰ টেৰং, বিজয় টেৰং ,উত্তম চিংনাৰ, কনপ্লং টেৰাং
Related Posts
উল্লেখ যে ৰংবংৱে থানাৰ আৰক্ষী বিষয়াজনে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক দুব্যৱহাৰ কৰাৰ অভিযোগ দুজনকৈ সাংবাদিকৰ ।