Local, Vocal, Global

ৰাজধানী দিছপুৰত অগ্নিকাণ্ড

কৰ’না আতংকৰ মাজতে ৰাজধানী দিছপুৰত সংঘটিত হয় আন এক অঘটন । জনতা ভৱনৰ B ব্লকত মঙলবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় বহুতো গুৰুত্বপুৰ্ণ নথি-পত্ৰ । শ্বৰ্ট-চাৰ্কিটৰ ফলতে সংঘটিত এই অগ্নিকাণ্ডৰ ।  গড়কপ্তানী বিভাগৰ কাৰ্যলয় আছিল ব্লকটো । অগ্নিনিৰ্বাপন বাহিনীৰ তৎপৰতাত অৱশেষত নিৰ্বাপন হয় জুই ।