Local, Vocal, Global

বলিউড অভিনেত্ৰী কংগনা ৰনৱত ৰ কৰোণা পজিটিভ

বলিউড অভিনেত্ৰী কংগনা ৰনৱত ৰ কৰোণা পজিটিভ
কংগনাৰ ইনষ্টা পোষ্টৰ জৰিয়তে নিজৰ কভিড পজিটিভ বুলি জানিব পোৱা গৈছে । ইয়াৰ লগতে নিজৰ শাৰীৰিকৰ কথা কৈছে আৰু কৰোণাৰ কাৰণে শংকিত হোৱা নাই বুলিও পোষ্ট কৰিছে ।কৰোণাৰ ভয়ংকৰ ৰূপে বলিউদৰ কেইবাগৰাকী অভিনেত্ৰীক সাঙৰ খোৱা দেখা গৈছে ।