Local, Vocal, Global

আজি কনকলতা বৰুৱা-মুকুন্দ কাকতিৰ মৃত্যু বাৰ্ষিকী

আজি ২০ ছেপ্তম্বৰ। ১৯৪২ চনত আজিৰ দিনটোতে স্বেচ্ছাচাৰী ইংৰাজৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিছিল দুই অসমীয়া। গহপুৰ থানাত পতাকা উত্তোলন কৰিব গৈ শ্বহীদ হৈছিল দুই অসমীয়া কনকলতা বৰুৱা-মুকুন্দ কাকতি।

আজি কনকলতা বৰুৱা-মুকুন্দ কাকতি ৭৮ সংখ্যক মৃত্যু  বাৰ্ষিকী। প্ৰতিবছৰৰ দৰে এইবাৰো স্মৰণ বীৰ শ্বহীদ দুগৰাকীক। উল্লেখ্য যে কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন মৃত্যু বাৰ্ষিকী।