আজি জয়ন্ত হাজৰিকাৰ জন্মদিন

‘আকৌ নতুন প্ৰভাত হ’ব, কাল ৰাতি নাথাকিব’- ৰাণা দা
আজি বহু কালজয়ী গীতৰ স্ৰষ্টা ৰাণা দাৰ ওপজা দিন। ১৯৪৩ চনৰ ২০ ছেপ্তম্বৰত জন্মলাভ কৰিছিল অসমীয়া সংগীত জগতৰ মহান শিল্পী গৰাকী। ১৯৬০ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰে শিল্পীগৰাকীয়ে। বহুতো কালজয়ী গীতৰ স্ৰষ্টা আছিল জয়ন্ত হাজৰিকা। কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে জয়ন্ত হাজৰিকাৰ জন্মদিন।