Local, Vocal, Global

মহানগৰীৰ চিটীবাছৰ খুন্দত নিহত সংবাদকৰ্মী…

ডিজিটেল ডেস্ক:- মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা। চিটী বাছে মহতিয়াই নিলে সাংবাদিকক।মহানগৰীত চিটী বাছৰ খুন্দাত নিহত সংবাদকৰ্মী মোস্তাক আলম।

স্কুটীৰে কাৰ্যাললয়লৈ গৈ থকাৰ সময়তে চিটি বাছৰ খুন্দাত থিতায়ে নিহত হয় সাংবাদিকজন।গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম।
বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ স্কুটীৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাত নিহত হয় সাংবাদিক মোস্তাক আলম। বেলতলাৰ পৰা দিছপুৰ অভিমুখী চিটী বাছে মহতিয়াই নিয়ে সাংবাদিকজনক। যাৰ ফলত থিতাতে মৃত্যু হয় সাংবাদিকগৰাকীৰ।