Local, Vocal, Global

চাপৰত গছৰ বুকুত গজাল মাৰি চলাইছে নিজৰ নিজৰ প্ৰতিষ্ঠানৰ প্ৰচাৰ

চাপৰত প্ৰচাৰৰ নামত চলিছে কি ?

প্ৰচাৰৰ সহজ মাধ্যম social media, Facebook, Instagram আদি থকাৰ পিছত গছৰ ওপৰত চলিছে অত্যাচাৰ।

গছৰ বুকুত গজাল মাৰি চলাইছে নিজৰ নিজৰ প্ৰতিষ্ঠানৰ প্ৰচাৰ।

চাপৰ ৰাজহ চক্ৰ, চাপৰ পৌৰসভা, প্ৰগতি ভৱন , চাপৰ থানা আৰু চাপৰ বজাৰৰ গছৰ ওপৰত চলিছে এই অত্যাচাৰ।

পিছে চকু মুদা কুলিৰ ভাওঁত প্ৰশাসন তথা প্ৰকৃতি প্ৰেমী সংগঠন।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।