যোৰহাট মেডিকেল কলেজত প্ৰতিষ্ঠা দিৱস পালন

নিউজ ডেস্ক: যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তেৰ বছৰ অতিক্ৰম কৰা উপলক্ষে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷
চিকিৎসক, স্থানীয় গণ্যমান্য ব্যক্তি, স্থানীয় সংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাটৰ উপায়ুক্ত দামোদৰ বৰ্মন উপস্থিতিত
প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ বিভিন্ন বিভাগত MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীন্নসকলক সম্বৰ্ধনা জনোৱা হয়৷