Local, Vocal, Global

যোৰাবাটত জব্দ চোৰাং কাঠভৰ্তি বাহন   

যোৰাবাটত জব্দ হয় এখন চোৰাং কাঠভৰ্তি বাহন | AS01FC5910 নম্বৰৰ পঞ্জীয়ন থকা বাহনখন মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে আহি থকা সময়ত যোৰাবাট বীট অফিচৰ দল এটাই গোপন সুত্ৰৰ ভিত্তিত যোৰাবাটৰ ১১ মাইলত জব্দ কৰে |  যোৰাবাট বনবিভাগৰ দলে মেঘালয় বনবিভাগ আৰু মেঘালয়ৰ খানাপাৰা আৰক্ষীৰ সহযোগত চোৰাং কাঠভৰ্তি বাহখন জব্দ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে গাড়ীৰ চালকজনক।