Jharkhand Election Results: ঝাৰখণ্ডত নচলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক
নিউজ ডেস্ক,২৩নৱেম্বৰ: বাংলাদেশী খেদিম বুলি কোৱাৰ পিছতো ঝাৰখণ্ডত নচলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক
অমিত শ্বাহৰ মেজিক নচলিল ঝাৰখণ্ডত
বৰ্তমানৰ নিৰ্বাচনী ফলাফলক লৈ নিৰাশ বিজেপি(Jharkhand Election Results)
বিজেপিৰ গেৰাণ্টীক প্ৰত্যাখান কৰিলে নেকি জনতাই?
EXIT POLL ত বিজেপিৰ যি আনন্দ উল্লাস
সেইয়া যেন নিৰাশ হোৱাৰ দিশে ঝাৰখণ্ডত বিজেপি
লগতে পঢ়ক:Priyanka gains lead of over 3 lakh votes:ৱায়ানাডত প্ৰিয়ংকা গান্ধীৰ বৃহৎ অগ্ৰগতি