Local, Vocal, Global

আজি গণশিল্পী জয়ন্ত হাজৰিকাৰ ৪৩ সংখ্যক মৃত্যুতিথি

  • আজি সুৰ পিয়াসী জয়ন্ত হাজৰিকাৰ মৃত্য়ু বাৰ্ষিকী
  • তেওঁ এগৰাকী গায়ক,সুৰকাৰ,সংগীত পৰিচালক,আৰু গীতিকাৰ আছিল
  • ৩৪ বছৰীয়া জীৱন কালত সৃষ্টি কৰি যায় বহুতো জনপ্ৰিয় গান
  • তেওঁ লটিঘটি,চিকমিক বিজুলী নামৰ কথাছবি দুখনতো অভিনয় কৰিছিল
  • ১৯৭৭ চনত নতুন আশা বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে অচম্বিক মৃত্যু হয়