Jayanta Borah joins Congress: টিকট লৈ কংগ্ৰেছত যোগদান জয়ন্ত বৰাৰ

নিউজ ডেস্ক,২৪অক্টোবৰ : টিকট লৈ কংগ্ৰেছত যোগদান কৰিলে জয়ন্ত বৰাই।
সাংসদ গৌৰৱ গগৈৰ উপস্থিতত কংগ্ৰেছত যোগদান জয়ন্ত বৰাৰ।
যোগদান অনুষ্ঠানত উপস্থিত নাই বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি(Jayanta Borah joins Congress )।
অনুষ্ঠানত উপস্থিত নাই বিশ্বনাথৰ এগৰাকী নেতা ড সঞ্জু বৰা
যোগদান অনুষ্ঠানত উপস্থিত নাথাকি বিশ্বনাথ জিলা কংগ্ৰেছৰ বিদ্ৰোহ ঘোষণা।
লগতে পঢ়ক :Chapar protest: চাপৰৰ চৈবাৰী আকলুলাইনত আছা আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ