WORLD CUP CRICKET পোন প্ৰথমবাৰৰ বাবে ৪০০ SCORE বনাইছিল ভাৰতীয় ক্ৰিকেট দলে

২০০৭ চনৰ WORLD CUP CRICKET ত ৪০০ স্কোৰ বনাবলৈ সক্ষম হোৱা প্ৰথমটো CRICKET দল হৈছে ভাৰতীয় ক্ৰিকেট দল৷ ৩২ বছৰ পিছত WORLD CUP CRICKET ত ৪১৩/৫ SCORE বনাবলৈ সক্ষম হৈছিল ভাৰতীয় ক্ৰিকেট দলে৷ ১৯৯৬ চনত শ্ৰীলংকায় ক্ৰিকেট দলে কেন্যা ক্ৰিকেট দলক ৩৯৮/৫ SCORE ত পৰাভুত কৰিছিল৷ শ্ৰীলংকাৰ এই ৰেকৰ্ডক ভংগ কৰি ২০০৭ চনত ভাৰতীয় ক্ৰিকেট দলে ৪১৩/৫ SCORE বনাবলৈ সক্ষম হৈছিল৷