Local, Vocal, Global

নিৰ্বাচনৰ পূৰ্বেই AIMIM দলৰ পশ্চিমবংগ ৰাজ্যিক প্ৰধান জামেৰুল হাছানৰ দলত্যাগ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই AIMIM দল ত্যাগিলে AIMIM দলৰ ৰাজ্যিক প্ৰধান জামেৰুল হাছানে ৷ শুক্ৰবাৰে জামেৰুল হাছানে আনুষ্ঠানিকভাৱে AIMIM দল পৰা পদত্যাগ কৰে ৷ হাছানে লগতে সাংবাদিকক জনায় যে AIMIM প্ৰধান আচাদুদ্দিন ওৱাইছিয়ে হাছানে অৱহেলা কৰা হেতুকে  AIMIM ৰ  ৰাজ্যিক প্ৰধান জামেৰুল হাছানে AIMIM দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ জানিব পৰা মতে জামেৰুল হাছানে মমতা বেনাৰ্জীৰ সমৰ্থন বৃদ্ধি জনোৱাৰ উদ্দেশ্যেৰে INDIAN NATIONAL LEAGUE দলত যোগ কৰিব৷