Local, Vocal, Global

IT department conducts raids in Jorhat : যোৰহাটত আয়কৰ বিভাগৰ অভিযান

নিউজ ডেস্ক,৩০মে’ : যোৰহাটত আয়কৰ বিভাগৰ অভিযান। বৃহস্পতিবাৰে এই অভিযান চলাই আয়কৰ বিভাগে (IT department conducts raids in Jorhat)।

PWD পইন্টৰ এটা বাসগৃহত চলাই এই অভিযান। ব্যৱসায়ী বি এল আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান।

সম্প্ৰতি কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বিভাগে।

লগতে পঢ়ক : Assam police jawan suspended : অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱান পাপৰি কলিতাক নিলম্ব