Local, Vocal, Global

Assam police jawan suspended : অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱান পাপৰি কলিতাক নিলম্বন

নিউজ ডেস্ক,৩০মে’ : অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱানক নিলম্বন৷ বীৰাংগনা কমাণ্ডো জোৱান পাপৰি কলিতাক নিলম্বন। অনলাইন জুৱাৰ এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগত নিলম্বন পাপৰি কলিতাক। সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰিছিল পাপৰি কলিতাই(Assam police jawan suspended)।

এটা ইউটিউব চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিছিল এটা জুৱাৰ এপৰ। ন্যায়ালয়ত দাখিল হোৱা PILৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে গৃহ বিভাগে।

লগতে পঢ়ক : Child died in food poisoning in South Kamrup : খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু ছবছৰীয়া শিশুৰ