Local, Vocal, Global

all school will remain close on 30th and 31st of may : ৰাজ্যত বানৰ সংহাৰী ৰূপৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ

নিউজ ডেস্ক,৩০মে’ : ৰাজ্যত বান বিভীষিকা। বিগত কেইদিনত ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত ৰাজ্যৰ কেইবাটাও অঞ্চলত বানে সংহাৰী ৰূপ লৈছে।

বানৰ সংহাৰী ৰূপৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজি অৰ্থাৎ ৩০ মে’ আৰু ৩১ মে’ত এইখন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে(all school will remain close on 30th and 31st of may in this district) ।

কাছাৰ জিলাৰ সকলো শিক্ষা প্রতিষ্ঠান ৩০ মে’ আৰু ৩১ মে’ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা আয়ুক্তই।

জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

৩০ আৰু ৩১ জুনত Yellow Alert জাৰি কৰা হৈছে কাছাৰ জিলাত।

লগতে পঢ়ক : IT department conducts raids in Jorhat : যোৰহাটত আয়কৰ বিভাগৰ অভিযান