Local, Vocal, Global

ডুবাইত ভাৰতৰ ক্ৰিকেট উৎসৱ

  • অপেক্ষা আৰু উৎকন্ঠাৰ অৱসান
  • আজিৰ পৰা আৰম্ভ বিশ্বৰ সৰ্ববৃহৎ টী-২০ লীগ IPL
  • তৃতীয়বাৰৰ বাবে ভাৰতৰ বাহিৰত অনুষ্ঠিত হ’ব IPL
  • ত্ৰয়োদশ সংস্কৰণ IPL উপভোগৰ বাবে সাজু হৈছে প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী
  • আবু ধাবীৰ শ্বেখ জাইড ষ্টেডিয়ামত IPLৰ উদ্ধোধনী মেছ
  • উদ্ধোধনী মেছত সমুসমৰত নামিব চেন্নাই ছুপাৰ কিংছ-মুম্বাই ইণ্ডিয়াছ
  • Mr. IPL ৰাইনা অবিহনে যুঁজত অৱতীৰ্ণ হব চেন্নাই
  • ফেভাৰাইট ৰূপে অৱতীৰ্ণ হ’ব ডিফেণ্ডং চেম্পিয়ন মুম্বাই
  • এইবাৰৰ IPLত নাথাকে উদ্ধোধনী অনুষ্ঠান