Local, Vocal, Global

ইণ্ডোনেছিয়াৰ জাভা দ্বীপত আগ্নেয়গিৰিৰ ভয়াবহ উদ্গিৰণ

  • ইণ্ডোনেছিয়াৰ জাভা দ্বীপত ভয়ংকৰ আগ্নেয়গিৰিৰ উদ্গিৰণ।
  • ৬ কিমি. উচ্চতাপৰ্যন্ত বিয়পি পৰিছে লাভা।
  • আগ্নেয়গিৰিৰ ধোঁৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল।
  • স্থানীয় বাসিন্দাসকলক দুৰলৈ আঁতৰলৈ যাবলৈ নিৰ্দেশ প্ৰশাসনৰ।
  • দ্বীপটোৰ উচ্চতা ২,৯৬৮ মিটাৰ।