Local, Vocal, Global

ভাৰত-ভূটান সীমান্তৱৰ্তী বন্যহস্তীৰ তাণ্ডৱ

  • বাক্সাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ভূটানখুটীত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ
  • ৫০-৬০ জনীয়া বন্যহস্তীয়ে বৃহৎ জাকে তাণ্ডৱ চলাই
  • ১৪-১৫ খন তামোলৰ বাগানৰ ক্ষতিসাধন কৰিলে হাতীৰ বৃহৎ জাকটোৱে
  • হাতীৰ জাকে তহিলং কৰিলে তামোলৰ
  • মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই বনৰীয়া হাতীৰ জাকটো আহি নিশা উপদ্ৰৱ চলাই
  • বনৰীয়া হাতীৰ জাকটো খেদি পঠিয়াত ব্যৰ্থ বনবিভাগ
  • বনবিভাগৰ বিৰুদ্ধে ক্ষোভ গাঁওবাসীৰ