Local, Vocal, Global

দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা

  • দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা
  • পুৱাই বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট উদ্ধাৰ
  • এখন নম্বৰ বিহীন মাৰুটি ইক’ ভেনত গোলাঘাট ডিমাপুৰ অভিমুখে কঢ়িয়াই লৈ গৈছিল টেবলেটখিনি
  • দেৰগাঁৱৰ ময়ঙ্ক মেডিকেলৰ পৰা ডিমাপুৰ দিশে আনি আছিল টেবলেটখিনি
  • মেডিকেলৰ গৰাকী দ্বীপ সোমানি আৰু গাড়ী চালকক আটক
  • তিনি কাৰ্টনত ৩০ পেকেট ড্ৰাগছ উদ্ধাৰ
  • উদ্ধাৰ কৰা মুঠ টেবলেটৰ পৰিমাণ ৪৩০০০ হাজাৰ
  • বৰ্তমান দেৰগাঁও আৰক্ষীয়ে ময়ঙ্ক ফাৰ্মাচীত চলাই আছে অভিযান