ভাৰত -নেপাল সীমান্তত অঘটন

- বিহাৰৰ সীতামাৰীৰ ভাৰত -নেপাল সীমান্তত গুলীচালনা
- নেপালৰ দিশৰ পৰা ভাৰতীয় সীমান্তৰক্ষীক লক্ষ কৰি গুলীচালনা
- গুলীচালনাৰ ফলত SSBৰ এজন জোৱান নিহত,আহত ২
- এই কথা সদৰি কৰিছে SSBৰ বিহাৰ চেক্টৰৰ মহাপৰিদৰ্শকে
- নেপালৰ নতুন মানচিত্ৰক লৈ দুই চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত চলি আছে সংঘাত
- নেপালে ভাৰতৰ বৃহৎ অঞ্চলক নিজৰ মানচিত্ৰত সাঙুৰি লৈ সুত্ৰপাত ঘটাইছে সংঘাটৰ