Local, Vocal, Global

কমনৱেলথ গেমছ ২০২২ ত ভাৰতৰ তৃতীয়টো স্বৰ্ণ

নিউজ ডেস্ক, ১ আগষ্ট : ভাৰতীয় ভাৰোত্তোলক Achinta Sheuliয়ে দেওবাৰে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ ত ভাৰতৰ তৃতীয়টো স্বৰ্ণ পদক অৰ্জন কৰে।

পুৰুষৰ ৭৩ কিলোগ্ৰামফাইনেলত Achintaয়ে ৩১৩ কিলোগ্ৰামৰ যুটীয়া উত্তোলনৰ দ্বাৰা এই কৃতিত্ব লাভ কৰে। উল্লেখ্য যে, খেলৰ আৰম্ভণিৰ পৰা এইটো দেশৰ ষষ্ঠতম পদক।

অচিন্ত শৌলীয়ে তেওঁৰ পদক তেওঁৰ ভাতৃ আৰু প্ৰশিক্ষকসকলক উৎসৰ্গা কৰিছে।