Watch | India’s drone strike has again destroyed 12 cities in Pakistan: ভাৰতৰ ড্ৰোন আক্ৰমণত পুনৰ পাকিস্তানৰ তচনচ হৈ পৰিল ১২খনকৈ চহৰ
নিউজ ডেস্ক : ড্ৰোণেৰে আক্ৰমণ কৰিছে ভাৰতীয় সেনাই ।
এফালৰ পৰা ধাৰাবাহিকভাৱে আক্ৰমণ ভাৰতীয় সেনাৰ ।
স্থলসেনা, বায়ুসেনা আৰু নৌসেনাই ঘেৰি ধৰিছে পাকিস্তানক।
লাহোৰত কেইবাটাও প্রান্তত হাহাকাৰ।
নিশা হাহাকাৰ অৱস্থা পাকিস্তানত ।
পাকিস্তানৰ আন এটা মিছাইল চিষ্টেম ধ্বংস ।
ফেছলাবাদটো ধ্বংস মিছাইল ।
সৰগোধা আৰু মুল্টানৰো ডিফেন্স চিষ্টেম ধ্বংস।
সকলো বিমান সেৱা পাকিস্তানত বাতিল।
ভয়ংকৰ আক্ৰমণত নামি পৰিল ভাৰতীয় নৌসেনা।
মিছাইল আক্ৰমণত তচনচ হৈ পৰিল পাকিস্তানৰ ১২খনকৈ চহৰ।
চীনৰ এয়াৰ ডিফেন্স চিষ্টেমেও ৰক্ষা কৰিব পৰা নাই পাকিস্তানক।
১০০বাৰতকৈও অধিক আক্রমণত ব্যর্থ পাকিস্তান।
পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেমত পুনৰ আক্ৰমণ ভাৰতৰ।
পাকিস্তানৰ ৩খন যুঁজাৰু বিমান ধ্বংস কৰিছে ভাৰতে।
২খন JF-17 ধ্বংস আৰু এখন F-16 বিমান ধ্বংস কৰিছে ভাৰতে।
পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেমত পুনৰ আক্ৰমণ ভাৰতৰ।
৮মে’ত পুনৰ ড্ৰোণেৰে পাকিস্তানক প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই।