ভয়ানক খাদ্য সংকটত পৰিব ভাৰত
ভয়ানক খাদ্য সংকটৰ গৰাহত পৰিব ভাৰত। বিশ্ব খাদ্য় সূচকৰ তালিকাত ৯৪ স্থানলৈ নামিল ভাৰত। ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেম’ৰ প্ৰতিবেদনত অশনি সংকেট। ক’ভিড মহামাৰীয়ে আনিছে ভাৰতলৈ এক গুৰুতৰ ভাবুকি। যাৰ ফলত বৃদ্ধি হ’ব সামাজিক উত্তেজনা । দুৰ্ভিক্ষৰ বলি হ’ব বিশ্বৰ বিভিন্ন প্ৰান্তৰ ২৭০ নিযুত লোক। ক’ভিড মহামাৰীৰ বাবে ২০৩০ চনৰ ভিতৰত দুৰ্ভিক্ষ দুৰীকৰণৰ লক্ষত উপনীত হব নোৱাৰিব। বৰ্তমান বিশ্বত বৃদ্ধি হৈছে আয়হীন লোকৰ সংখ্যা ।