ব্ৰাজিলক চেৰ পেলাই আক্ৰান্তৰ দ্বিতীয় তালিকাত ভাৰত

♦️দেশত অব্যাহত কৰ’নাৰ ভয়াৱহতা
♦️ভাৰতত ৪১ লাখ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা
♦️এদিনতে আক্ৰান্ত ৯০,৬০০ গৰাকী
♦️ভাৰতত বৰ্তমানলৈ আক্ৰান্ত ৪১ লাখ ১০ হাজাৰ ৮৩৯ গৰাকী
♦️ভাৰতত বৰ্তমান সুস্থ হৈছে ৩১ লাখ ৭৭ হাজাৰ ৬৭৩ গৰাকী
♦️বৰ্তমানলৈ মৃত্যু হৈছে ৭০,৬৭৯ গৰাকী
♦️সম্প্ৰতি ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৮ লাখ ৬২ হাজাৰ ৪৮৭ গৰাকী