Local, Vocal, Global

দেশত অব্যাহত কৰ’নাৰ ভয়াৱহতা

♦️দেশত অব্যাহত কৰ’নাৰ ভয়াৱহতা
♦️যোৱা ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৬৯,৮৭৮গৰাকী
♦️ দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ২৯ লাখ ৭৫ হাজাৰ ৭০১ গৰাকী
♦️দেশত বৰ্তমানলৈ সুস্থ ২২ লাখ ২২ হাজাৰ ৫৭৭গৰাকী
♦️দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈ ৫৫ হাজাৰ ৭৪৯ গৰাকীৰ মৃত্যু
♦️সম্প্ৰতি ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৬ লাখ ৯৭ হাজাৰ ৩৩০ গৰাকী