Local, Vocal, Global

দেশত কৰ’নাত আক্ৰান্ত আৰু মৃতকৰ হাৰ উদ্বেগজনকভাবে বৃদ্ধি

  • দেশত কৰ’নাত আক্ৰান্ত আৰু মৃতকৰ হাৰ উদ্বেগজনকভাবে বৃদ্ধি
  • বুধবাৰৰ দিনটোতেই দেশত নতুনকৈ ৭৬ হাজাৰ লোক আক্ৰান্ত, ১০১৭ গৰাকীৰ মৃত্যু
  • ভাৰতত এইপৰ্যন্ত আক্ৰান্ত ৩,৩১০,২৩৪ গৰাকী, মৃত্যু ৬০,৬২৯ গৰাকীৰ
  • বিশ্বজুৰি আক্ৰান্ত ২৪,৩৩৫,৬৪৪ লোক, মৃতকৰ সংখ্যা ৮২৯,৬৭৪ গৰাকীলৈ বৃদ্ধি