দেশত ৩৬ লাখ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা

- দেশত ৩৬ লাখ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা
- এদিনতে ৭৬,৪৭২ কৰ’না সংক্ৰমণেৰে ভাৰতত অভিলেখ
- দেশত এই পৰ্যন্ত আক্ৰান্ত ৩৬ লাখ ৬৩হাজাৰ ৯৭২ গৰাকী
- দেশত এই পৰ্যন্ত মৃত্যু ৬২,৫৫০ গৰাকী
- বৰ্তমানলৈ সুস্থ হৈছে ২৬ লাখ ৪৮ হাজাৰ ৯৯৮ গৰাকী
- এদিনত আক্ৰান্তৰ সংখ্যাৰে আমেৰিকা ব্ৰাজিলকো অতিক্ৰম ভাৰতৰ