Watch | India-Pakistan ceasefire announced: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত ঘোষণা
নিউজ ডেস্ক: ভাৰতৰ চৰ্তত হ’ব যুদ্ধবিৰতি ।
পাকিস্তানৰ DGMOএ যুদ্ধবিৰতি বিচাৰি পত্ৰ লিখিছিল ভাৰতলৈ ।
ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত।
বিয়লি ৫.৩৫ বজাত ভাৰতৰ DGMO লৈ পাক DGMOৰ ফোন আহে ।
১২ মে’ৰ দুপৰীয়া ১২ বজাত দুই দেশৰ DGMO পুনৰ আলোচনাত মিলিত হ’ব ।
ভাৰতীয় সময় মতে বিয়লি ৫ বজাৰ পৰা স্থল, আকাশ আৰু সাগৰ-সকলোতে সামৰিক অভিযান বন্ধ কৰাৰ বাবে তেওঁলোক সন্মত হয় ।
বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে যুদ্ধবিৰতি কাৰ্যকৰী হোৱাটো নিশ্চিত কৰে ।