২৪ লাখ অতিক্ৰম দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা

- দেশত অব্যাহত কৰ’নাৰ কালৰূপ
- ২৪ ঘন্টাত পুনৰ আক্ৰান্ত ৬৪,৫৫৩ গৰাকী
- ভাৰতত আক্ৰান্তৰ মুঠ সংখ্যা ২৪ লাখ ৬১হাজাৰ ১৯০ গৰাকীলৈ বৃদ্ধি, মৃত্যু ৪৮,০৪ গৰাকীৰ
- দেশত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ১৭লাখ ৫১হাজাৰ ৫৫৫ গৰাকী
- বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৬লাখ ৬১হাজাৰ ৫৯৫ গৰাকী