Local, Vocal, Global

দেশত পুনৰ ২৪ ঘন্টাত আক্ৰান্ত ৫০ সহস্ৰাধিক

  • দেশত পুনৰ ২৪ ঘন্টাত আক্ৰান্ত ৫০ সহস্ৰাধিক
  • এদিনত কৰ’নাত নতুনকৈ আক্ৰান্ত ৫৪,৯৬৬ লোক,২৪ ঘন্টাত কৰ’নাই প্ৰাণ কাঢ়িলে ৭৮৩ গৰাকীৰ
  • ভাৰতত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত ১৬,৩৯,৩৫০ গৰাকী,মৃত্যু ৩৫,৭৮৬ লোকৰ
  • বিশ্বত আক্ৰান্ত ১৭,৪৭৪,৬৯১ গৰাকী,মৃতকৰ সংখ্যা ৬৭৬,৭৫৯ লৈ বৃদ্ধি