Local, Vocal, Global

HSLC results will be announced in mid april :মাজুলীত মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

নিউজ ডেস্ক,১এপ্ৰিল : মেট্ৰিক পৰীক্ষাৰ্থীক লৈ ডাঙৰ খবৰ।মাজুলীত মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। বিহুত আনন্দৰ মাজতে ঘোষণা কৰা হ’ব মেট্ৰিক ফলাফল(HSLC results will be announced in mid april )।

মাজুলীত চাইকেল ৰেলীত অংশ লৈ ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে(HSLC results)।

লগতে পঢ়ক :PM Narendra Modi will visit assam : অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী;নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে