Local, Vocal, Global

উদ্ধাৰ হ’ল হিটলাৰ হিংস্ৰ ৰাষ্ট্ৰনেতালৈ পৰিণত হোৱাৰ আঁৰৰ কাহিনী

কুখ্য়াত জাৰ্মান শাসনক এডল্ফ হিটলাৰৰ স্বভাৱ হিংস্ৰ হৈ পৰাৰ মূল ৰহস্য় উৎখাত কৰিছে লিঞ্জ বিশ্ববিদ্য়ালয়ৰ অধ্য়াপক ৰমণ ছেণ্ডগ্ৰুবাৰে। হিটলাৰৰ পিতৃয়ে শৈশৱৰ পৰাই হিটলাৰক শাৰিৰীক আতিশয্য় চলাইছিল। হিটলাৰৰ কুখ্য়াত শাসনৰ অন্তৰালত পিতৃ এলইছ হিটলাৰৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে বুলি এখন নতুন গ্ৰন্থত ৰমণ ছেণ্ডগ্ৰুবাৰে উল্লেখ কৰিছে। গ্ৰন্থখনৰ নাম হৈছে-Hitler’s father- How The Son Become a Dictator.