Local, Vocal, Global

জি এম চি এইছত কৰ’ণা পৰীক্ষাগাৰ উদ্ধোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • জি এম চি এইছত উদ্ধোধন কৰ’ণাৰ নতুন পৰীক্ষাগাৰ।
  • সংস্থাপন কৰা হৈছে অত্যাধুনিক পৰীক্ষা কৰা যন্ত্ৰ।
  • ৫০,০০০ লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ।
  • বিশেষ পৰিকল্পনাৰ ভিত্তিত মংগলবাৰৰ পৰা আৰম্ভ হৈছে স্বাস্থ্য পৰীক্ষা।