WATCH | Himanta Biswa Sarma:কোকৰাঝাৰৰ ইস্কন মন্দিৰ মুকলি কৰি পূজা-অৰ্চনা মুখ্যমন্ত্ৰীৰ
নিউজ ডেস্ক,১৮ফেব্ৰুৱাৰী : নিশা কোকৰাঝাৰৰ নৱনিৰ্মিত কোকৰাঝাৰৰ ইস্কন মন্দিৰ মুকলি কৰি পূজা-অৰ্চনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma)৷
মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিটিআৰ EM অৰূপ কুমাৰ দে’৷