Local, Vocal, Global

WATCH| Sonari News: এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক উভটি ধৰিলে টাই আহোম যুৱ পৰিষদে

সোণাৰি,১৮ফেব্ৰুৱাৰী : এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক উভটি ধৰিলে টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ই(Sonari News)। সোণাৰিত আয়োজিত এক সংবাদমেল যোগে টাইপাৰ সভাপতি ৰানা ৰঞ্জন গগৈয়ে টাই আহোমৰ পৰম্পৰাগত অনুষ্ঠান মে-ডাম-মে-ফিক অপবিত্ৰ আখ্যা দিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘক ক্ষমা বিচাৰিবলৈ জনালে আহ্বান।

লগতে পঢ়ক:WATCH | Himanta Biswa Sarma:কোকৰাঝাৰৰ ইস্কন মন্দিৰ মুকলি কৰি পূজা-অৰ্চনা মুখ্যমন্ত্ৰীৰ