Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ৰাজ্যত অনুষ্ঠিত নহ’ব পাৰে পঞ্চায়ত নির্বাচন

নিউজ ডেস্ক,২৪মাৰ্চ: এইবাৰ ৰাজ্যত অনুষ্ঠিত নহ’ব পাৰে পঞ্চায়ত নির্বাচন

বহু জল্পনা কল্পনাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহ মন্তব্য(Himanta Biswa Sarma)

HS পৰীক্ষা পিছুৱাৰে পৰাৰ বাবেই নির্বাচনক লৈ লাগিছে আউল

যদিহে পঞ্চায়ত নির্বাচন পিছুৱাব লগীয়া হয় এইবছৰ নহয় নির্বাচন

মুখ্যমন্ত্ৰীয়ে কৰিলে আনুষ্ঠানিক ঘোষণা

‘হয়টো শেষৰ দুটা পৰীক্ষা পঞ্চায়ত নিৰ্বাচনৰ মাজতে হ’ব’। আৰু যদি পিছুৱাব লগীয়া হয় তেতিয়া আমি নির্বাচন পাতিব নোৱাৰিম’।

শেহতীয়াকৈ প্রশ্নকাকত ফাদিলৰ বাবে HSৰ পৰীক্ষা কৰিব লগীয়া হৈছিল বাতিল

তাৰ পাছতে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রীয়ে কৰিছে বৃহৎ ঘোষণা

লগতে পঢ়ক : Watch | Horrific road accident in Darrang dhula: দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা