Watch | Himanata biswa sarama: ‘কুৰবানী দুৰৰে কথা, খাবও নোৱাৰিব বিশেষ মাংস’- মুখ্যমন্ত্ৰী
নিউজ ডেস্ক ‘কুৰবানী দুৰৰে কথা, খাবও নোৱাৰিব বিশেষ মাংস’
মুখ্যমন্ত্ৰীয়ে কৰিলে আনুষ্ঠানিক ঘোষণা
‘অহাবাৰলৈ ঈদত মই নিজে ধুবুৰীত থাকিম’
‘ধুবুৰীত বৃহৎ গুৰুদ্ধাৰ থকাৰ পাছতো ধুবুৰীত গৰুৰ কুৰবানী দুাগ্যজনক’
‘ধুবুৰীৰ হোটেলত বিক্রী কৰা গৰুৰ মাংস নিষিদ্ধ’
‘ধর্মীয় স্থানৰ ৫ কিঃমি ব্যাসার্ধৰ ভিতৰত নিষিদ্ধ কুৰবানী আৰু মাংসৰ বিক্ৰী’
‘দোকানীয়ে মাংস বিক্রী বন্ধ নকৰিলে আৰক্ষী যাব বুলি সকীয়নি’
‘ছাগলী কুৰবানী দিয়াত একো বাধা নাই বুলিও ক’লে মুখ্যমন্ত্রীয়ে’
‘প্রকৃত মুছলমানে হিন্দু এলেকাত গৰুৰ কুৰবানী নিদিয়ে’
‘গৰুক কুৰবানী দিব লাগে বুলি ইছলামত লিখা নাই’
‘প্রকৃত মুছলমানে অথবা প্রকৃত হিন্দুৱে আইন কেতিয়াও হাতত নলয়’
‘প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰি বিশেষ মাংসৰ বেহা চলিছে ধুবুৰীত’
‘চৰকাৰৰ নিৰ্দেশনা ধুবুৰীবাসীয়ে মানি চলক’
বিশেষ মাংসক লৈ ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেদৰে মন্তব্য কৰে