Local, Vocal, Global

Higher Secondary Final Examination : আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয় ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী (Higher Secondary Final Examination)। ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰীয়ে পৰীক্ষাত বহিছে।এইবাৰ ৬১টা মণ্ডলত ৮৭৭টা পৰীক্ষা কেন্দ্ৰ অনুষ্ঠিত হৈছে পৰীক্ষা ।

লগতে পঢ়ক : 93th Srimanta Sankardeva Sangha Convention : আজি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনৰ অন্তিম দিন