WATCH | Heated situation : নগাঁৱৰ ভোটগণনা কেন্দ্রত উত্তপ্ত পৰিস্থিতি
নগাঁও,১১মে’ : নগাঁৱৰ ভোটগণনা কেন্দ্রত উত্তপ্ত পৰিস্থিতি
কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত হতাহতি
আৰক্ষীৰ সম্মুখতে নিৰ্বাচনী হিংসা(Heated situation)
বাজিয়াগাঁও জিলা পৰিষদৰ ভোটগণনা কেন্দ্রত উত্তপ্ত পৰিস্থিতি
কংগ্ৰেছ আৰু বিজেপিৰ বুথ কৰ্মীৰ মাজত সংঘাত
আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
লগতে পঢ়ক : WATCH | Nagaon News : মাতৃৰ বিয়োগৰ পাছত তিলনি নপতাকৈ পঞ্চায়তৰ ফলাফল ল’বলৈ আহিল ৱাৰ্ডৰ সদস্য