Local, Vocal, Global

Haryana election results : হাৰিয়ানাত কংগ্ৰেছ নে বিজেপিৰ চৰকাৰ?

নিউজ ডেস্ক,৮অক্টোবৰ : কাৰ পক্ষলৈ যাব হাৰিয়ানাৰ জনাদেশ? হাৰিয়ানাত কংগ্ৰেছ নে বিজেপিৰ চৰকাৰ?

প্ৰথম পৰ্যায়ত হাৰিয়ানাত কংগ্ৰেছে আগবাঢ়ি আছিল যদিও দিনৰ ১১ বজালৈ অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। এই মুহূৰ্তত ৪৬খন আসনেৰে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে । তাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে ৩৭খন আসনত। লগতে অন্যান্য দলে লাভ কৰিছে ৭খন আসন(Haryana election results)।

লগতে পঢ়ক :Guwahati fake police arrested :জালুকবাৰী আৰক্ষীৰ জালত ভুৱা আৰক্ষী