Daily Horoscope for 11th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷
বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ পৰিয়াল, প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । আপুনি নিজৰ আৰু আনৰ বাবেও সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰিব । আৰাম আৰু বিলাসীতাত ব্যয় কৰাৰ সম্ভাৱনা আছে । অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে ।
কৰ্কট ৰাশি : আপোনাৰ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷
সিংহ ৰাশি : আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷
কন্যা ৰাশি : কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ সফল হʼব ৷ সক্ৰিয় অনুভৱ কৰিব, প্ৰশংসিত হ’ব ৷ সন্ধিয়া আপুনি প্ৰেম স্পন্দনৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
তুলা ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক, দিন ভাল হʼব ৷ এলেহুৱা-নিৰুৎসাহিত নহʼব ৷
বৃশ্চিক ৰাশি : আপুনি পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷
ধনু ৰাশি : আপুনি আজি প্ৰায় সফল হʼব ৷ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷
মকৰ ৰাশি : অবাঞ্চিত পৰিস্থিতিত নপৰিবৰ বাবে মনে মনে থকাই উচিত । মানসিক শান্তি লাভৰ বাবে আপুনি আপোনাৰ ধনৰ এক বৃহৎ পৰিমাণ ধৰ্মীয় কাৰ্য, ৰীতি-নীতিত ব্যয় কৰিব পাৰে । দিনটোৰ পিছৰ ভাগত, আপুনি অধিক আনন্দিত অনুভৱ কৰিব ।
কুম্ভ ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ কৰ্মত প্রতিযোগিতা কৰিব পাৰে৷
মীন ৰাশি : সক্ৰিয় অনুভৱ কৰিব ৷ সুখেৰে জীৱন-যাপন কৰাত মনোযোগ দিব ৷ আপোনাৰ সম্পত্তি, ঘৰৰ পৰা লাভ হʼব ৷ কৰ্ম জীৱন ভাল হʼব ৷