Local, Vocal, Global

মুকলিৰ ৪৮ ঘন্টাৰ ভিতৰতে বন্ধ গুৱাহাটীৰ ৰ’প ৱে’ সেৱা

●মুকলিৰ দুদিন পিছতেই বিকল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে’
●সোমবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি হৈছিল এই ৰ’প ৱে’
●কাৰিকৰী বিজুতিৰ বাবেই বিকল ৰ’প ৱে’ ব্যৱস্থা
●অনিৰ্দিষ্টকাললৈ বন্ধ হোৱাৰ সম্ভাৱনা ৰ’প ৱে’ সেৱা
●মেৰামতিৰ বাবে তৎপৰ হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ